লণ্ডনত ডা৹ মোহন ভাগৱত
আৰএছএছৰ সেৱাৰ এশ বছৰ সম্পূৰ্ণ শতবৰ্ষ উপলক্ষে দেশৰ লগতে বিদেশতো বিভিন্ন কাৰ্যসূচী আয়োজিত কৰে সংঘই। লণ্ডনত সংঘই আয়োজন কৰা বিশেষ অনুস্থানত উপস্থিত থাকে সৰসংঘচালক ডা° মোহন ভাগৱত। এই ভ্ৰমণ সেৱা, সামাজিক সমৰসতা আৰু উমৈহতীয়া...
আৰএছএছৰ সেৱাৰ এশ বছৰ সম্পূৰ্ণ শতবৰ্ষ উপলক্ষে দেশৰ লগতে বিদেশতো বিভিন্ন কাৰ্যসূচী আয়োজিত কৰে সংঘই। লণ্ডনত সংঘই আয়োজন কৰা বিশেষ অনুস্থানত উপস্থিত থাকে সৰসংঘচালক ডা° মোহন ভাগৱত। এই ভ্ৰমণ সেৱা, সামাজিক সমৰসতা আৰু উমৈহতীয়া...
বিধানসভাত পুনৰ ভাৰত বাংলাদেশ সীমান্তৰ বিষয়। কেৱল ভাৰত বাংলাদেশৰ সীমা সমস্যাই নহয়, চুবুৰীয়া ৰাজ্যসমূহেও দখল কৰিছে অসমৰ ভুমি। চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি দখলৰ ভয়ংকৰ তথ্য অসম বিধানসভাত। চলিত বিধানসভাত ভাৰত বাংলাদেশ সীমান্তৰ ফেঞ্চিঙক লৈ...
ব্ৰহ্মপুত্ৰত এফালে বান, আনফালে খহনীয়াৰ বিভীষিকা। খহনীয়াৰ ফলত দিনক দিনে বিভিন্ন স্থানত ব্যাপক হাৰত প্ৰস্হ বৃদ্ধি পাইছে বৰলুইতৰ। খহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰ আটাইতকৈ অধিক বহল হৈ পৰিছে ধুবুৰীত। ধুবুৰীৰ পাছতে ক’ত পৰিসৰ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ?...
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আচনিৰ ধন সঠিক ব্যৱহাৰ কৰিব নাই নেকি ৰাজ্যৰ একাংশ যুৱক যুৱতীয়ে? কিয়নো প্ৰথম ১ লাখ টকা লোৱাৰ পিছত দ্বিতীয় কিস্তি লবলৈ সক্ষম হোৱা নাই বহু যুৱক যুৱতী। এই অভিযোগ আমাৰ নহয়, স্বয়ং...
এইবাৰ বিধানসভাৰ মজিয়া পালেগৈ টমেট’ চচৰ বটল। খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই বিধানসভালৈ আনিলে টমেট’ চচৰ বটল। ২০০ গ্ৰামৰ টমেট’ চচৰ বটল এটা জেপত ভৰাই সদনলৈ লৈ গৈছিল বিধায়ক শইকীয়াই। কৃষকৰ দুৰ্দশাৰ কথা বুজাবলৈ টমেট’...
৬ জুলাইৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। বাজেট অধিৱেশনৰ দ্বিতীয়দিনটোত বিধানসভাৰ মজিয়াত ড্ৰাগছৰ ভয়াবহতা সন্দৰ্ভত বিস্তৃত আলোচনা হয়। শাসক বিৰোধী উভয় পক্ষই উদ্বেগ প্ৰকাশ কৰে অসমত ড্ৰাগছৰ ভয়াবহতা সন্দৰ্ভত। বিষয়টো উত্থাপন কৰে...
সুৰা বিক্ৰী, বিতৰণ আৰু সেৱনত নিষেধাজ্ঞা কিয়? ১। তামিলনাডু আৰু পশ্চিম বংগৰ (প্ৰথম পৰ্যায়) নিৰ্বাচন ২০২৬ চনৰ ২৩ এপ্ৰিল (বৃহস্পতিবাৰ) আৰু পশ্চিম বংগৰ (দ্বিতীয় পৰ্যায়) নিৰ্বাচন ২৯ এপ্ৰিল (বুধবাৰ)ত অনুষ্ঠিত হ’ব। নিৰ্বাচন অনুষ্ঠিত হোৱা...
সংসদত গৃহীত নহ’ল বিজেপিৰ মহিলা শক্তি বন্দন বিধেয়ক। বিধেয়কৰ সপক্ষত পৰ্যাপ্ত ভোট নপৰাৰ ফলতে গৃহীত নহ’ল বিধেয়ক। ইয়াৰ ফলত কংগ্ৰেছৰ নেতৃত্বত থকা বিৰোধীক সমালোচনাৰে থকা সৰকা কৰিছে বিজেপি তথা NDA ৰ অংশীদাৰ দল সমূহে।...
অসম বিধানসভাৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ড৹ হিমন্ত বিশ্ব শৰ্মা। এইবাৰ পশ্চিম বংগত বিজেপিৰ চৰকাৰ স্থাপনৰ লক্ষ্য বিজেপিৰ। যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা সহ, অসম বিজেপিৰ জ্যেষ্ঠ কনিষ্ঠ সকলো নেতা...
২০২৬ ৰ বিধানসভা নিৰ্বাচনত কিয় বাঢ়িল ভোট দানৰ হাৰ!! এই সন্দৰ্ভত আমাৰ এক বিশ্লেষণ। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ ভোট দানৰ হাৰে পূৰ্বৰ ৪ টা নিৰ্বাচনৰ অভিলেখ ভংগ কৰিছে। অসমৰ জনতাই হিল দল ভাঙি ২০২৬...