Author: ranjitascountryside.com
উপ-নিৰ্বাচনত শুকুৰ আলি আছিল বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ। এই খবৰটোৱে বিৰোধীক হাঁহিৰ খোৰাক যোগাইছিল। বিজেপিৰ কাৰ্যকৰ্তা, serious সমৰ্থকৰ মাজতো শুকুৰ আলিৰ বিষয়টোৱে চুই গৈছিল। যেতিয়া, আন মন্ত্ৰী বিধায়ক অথবা ৰাজনৈতিক ষ্টাৰ কেম্পেইনাৰৰ দৰে দুয়োখন হাত...
বিয়া বুলিলেই প্ৰতিগৰাকী ছোৱালী, মাতৃৰ হৃদয় অজানা দুখত কাতৰ হয়। মোৰো তেনেকুৱাই হৈছিল। আমাৰ ওচৰৰ গাঁওখনত এটা বেণ্ড পাৰ্টি আছিল। বিয়াৰ সময়ত তেওঁলোকে আমাৰ ঘৰৰ ওচৰতে থকা তিনি আলিটোতে প্ৰেক্টিচ কৰিছিল। সেই সময়খিনিত বুকুত...
বন্ধুত্ব এনে এটা সম্পৰ্ক, যিটো ব্ৰহ্মাণ্ডৰ আটাইতকৈ পবিত্ৰ আৰু বিশ্বাসী। বন্ধুত্ব যিকোনো বয়সৰ দুজন ব্যক্তিৰ মাজত গঢ় লৈ উঠিব পাৰে। আজি তেনে এক পবিত্ৰ বন্ধুত্বৰ কথা ক’বলৈ বিচাৰিছো…. সকলোৱে জানে, বিশ্ব বিখ্যাত উদ্যোগপতি ৰতন...
দেশৰ প্ৰতিজন লোকৰ অন্তৰত স্থান পাইছিল বিখ্যাত উদ্যোগপতি ৰতন টাটাই। সেই ৰতন টাটাৰ মৃত্যুত ব্যথিত দেশবাসী। অসমক ৰতন টাটাই কি দি গ’ল….! আছলতে অসমৰ সৈতে ৰতন টাটাৰ আছিল নিবিড় সম্পৰ্ক। ITI, কেন্সাৰ হাস্পতালৰ পৰা...
এতিয়া শাৰদীয় বতৰ। ৰাজ্যবাসীয়ে আয়োজন কৰিছে দুৰ্গা পূজা। দেবী দুৰ্গাৰ আৰাধনাত ব্যস্ত সকলো। ইয়াৰ মাজতে আছে বহুকেইখন ব্যতিক্ৰমী পূজা। সাধাৰণতে অসমৰ জনজাতীয় লোকসকলৰ প্ৰায় সংখ্যকেই শক্তি পূজা কৰা দেখা যায়। ঠিক তেনেদৰে, দুৰ্গতিনাশিনী দেৱী...
হাৰিয়ানাত বিজেপিৰ হেট্ৰিক ৰাহুল গান্ধীৰ জেলেপী ৰাজনীতিৰ সুৰুঙাই বিজেপিক যেন উপহাৰ দিলে হাৰিয়ানা! হাৰিয়ানা বিজেপিৰ সফলতাৰ ভাগ অসম বিজেপিলৈয়ো! কাৰণ, হাৰিয়ানা বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা। ২০০৩ ৰ পৰা অসম বিজেপিৰে একাত্ম...
নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে৷ আজি কাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হোৱা ফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে টাইব্ৰেকাৰত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে...
আজি স্কুল বন্ধ বাবে ৰহিমলা ঘৰতে আছে। দুপৰীয়া গৰুকেইটাক পানী খোৱাই আহি বাৰাণ্ডাতে বহিলে। মাক আজি তাঁতত বহিছে। এনেই তায়ে বহে। গামোচা ১০ খন লগোৱা হৈছে, সকামে, নিকামে লাগে বুলি। সৰু সৰু ফুল তোলা...
অসমৰ মহিলা সাংবাদিকসকলক সংঘবদ্ধ কৰাৰ উদ্দেশ্যে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গঠন কৰা হয় মহিলা সাংবাদিকৰ এখন মঞ্চ। অসম মহিলা সাংবাদিক মঞ্চ নামেৰে আত্মপ্ৰকাশ কৰা এই মঞ্চ গঠনৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জ্যেষ্ঠ -কণিষ্ঠ মহিলা...
মা আৰু মই সন্ধিয়া চোতালত বহি থাকো। কোনেও একো নকও। নিৰৱ নিস্তব্ধ সন্ধিয়া। মাই কি ভাৱে, মই কি ভাৱো কোনেও নাজানো। সেইসময়ত চোতালৰ মধুৰী জোপাৰ পাতবোৰ ফিৰফিৰীয়া বতাহত কপি থকা শুনা নুশুনা শব্দ…গোহালিত গৰু...