Author: ranjitascountryside.com
কামাখ্যা মন্দিৰৰ পূৰ্বৰ মুখ্য পৰিচালক ৰিজুপ্ৰসাদ শৰ্মাৰ বাসগৃহত ED ৰ অভিযান। পূৰ্বৰ কামাখ্যা দেৱত্তৰ বোৰ্ডৰ তথ্য বিচাৰি ED য়ে অভিযান চলাইছে। বৰ্তমান কামাখ্যা মন্দিৰ পৰিচালনা কৰে দলৈ সমাজে। দলৈ সমাজৰ লগত সমগ্ৰ পৰিচালনা প্ৰক্ৰিয়াত...
বিশিষ্ট শিক্ষাবিদ ড৹ উপেন ৰাভা হাকাচামলৈ জীৱনজোৰা সাধনা বঁটা। সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক,লোক সংস্কৃতিৰ গৱেষক পণ্ডিত, ভাষাবিদ ড৹ উপেন ৰাভা হাকাচামক জীৱনজোৰা সাধনা বঁটা ২০২৫ আগবঢ়োৱা হৈছে। হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ে...
আলফা নেতা দৃষ্টি ৰাজখোৱাক নিশ্চয় মনত আছে। এসময়ৰ দুৰ্ধৰ্ষ আলফা নেতা গৰাকী পুনৰ চৰ্চাত। কিয়নো, অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ অহা আলফা নেতা গৰাকী আকৰ্ষিত হৈছে ৰাষ্ট্ৰীয়তাবাদত। নিৰবে ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলৰ হৈ কাম কৰি আহিছে...
২০২৫ ৰ মহাকুম্ভ আৰম্ভ হোৱাৰ দিনাৰ পৰাই এগৰাকী ‘সাধৱী’ ভাইৰেল হৈছিল। Social Media ত ভাইৰেল হোৱাৰ ‘মোহময়ী সাধৱী’ গৰাকীনো কোন তাকে লৈ চৰ্চা হৈছিল বিভিন্নজনৰ মাজত। Social Media ত viral হোৱা এই সাধৱী গৰাকীৰ...
বিজেপিত এতিয়া নতুন সমিতিৰ গঠনৰ চৰ্চা হৈছে। বহু নতুন নাম অন্তৰ্ভুক্ত হ’ব Team দিলীপ শইকীয়াত। পিছে, দিলীপ শইকীয়াৰ Team ত কোন কোন থাকিব? পূৰ্বৰ ভবেশ কলিতাৰ সমিতিৰ পৰা কাৰ নাম বাদ পৰিব! ইয়াকে লৈ...
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা দুদিনীয়া ভ্ৰমণ সূচীৰে মঙলবাৰে অসমত উপস্থিত হয়। মঙলবাৰৰ নিশা গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত অসম বিজেপি নেতৃত্বৰে বাৰ্তালাপ কৰে। ইয়াৰ পাছতে, বুধবাৰে পুৱা তেজপুৰ অভিমুখে যাত্ৰা...
ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে ধেমাজি জিলাৰ জোনাই আৰু মাজুলী জিলাৰ লুইত খাবলুত ব্ৰহ্মপুত্ৰ আৰু সোঁৱণশিৰিৰ মথাউৰি নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে। মন্ত্ৰী হাজৰীকাই প্ৰথমে জোনাইৰ কেৰকেৰৰ পৰা বৰঙলৈ জলসম্পদ বিভাগে প্ৰায় ৪১.২৫ কোটি...
দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে অসম হৈছে ভাৰতৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ অংশ৷ ইয়াৰ ফলত চুবুৰীয়া দেশসমূহৰ অসমত বিনিয়োগৰ পূৰ্ণ সম্ভাৱনা আছে। যাৰ পৰিপ্ৰেক্ষিতত অসম...
সমষ্টি হেৰাল, গুৰুত্ব নোহোৱা হ’ল। এইবাৰ নামো কটা গ’ল চৰকাৰী অনুষ্ঠানৰ পৰা। মুখ্যমন্ত্ৰীৰ বিকাশৰ ১২ দিনৰ অনুষ্ঠানত স্থান নাই নাম কটা যোৱা আমগুৰি সমষ্টিৰ অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ। আছে নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া, সাংসদ...
ৰাজ্যত এইবাৰৰ উপ-নিৰ্বাচনৰ পৰিবেশ অন্য ধৰণৰ আছিল। অসমত পূৰ্বে নঘটা পৰিবেশ সৃষ্টি হৈছিল উপ-নিৰ্বাচনত। প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ পৰা প্ৰচাৰ অভিযানলৈ, সকলো দিশতে এইবাৰৰ উপ-নিৰ্বাচন আছিল বেলেগ ধৰণৰ। এইবাৰৰ পৰিবেশে ৰাইজ দিছিল চিন্তাৰ খোৰাক। আনহাতে,...