Ranjitas Countryside Blog
নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে৷ আজি কাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হোৱা ফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে টাইব্ৰেকাৰত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে...
আজি স্কুল বন্ধ বাবে ৰহিমলা ঘৰতে আছে। দুপৰীয়া গৰুকেইটাক পানী খোৱাই আহি বাৰাণ্ডাতে বহিলে। মাক আজি তাঁতত বহিছে। এনেই তায়ে বহে। গামোচা ১০ খন লগোৱা হৈছে, সকামে, নিকামে লাগে বুলি। সৰু সৰু ফুল তোলা...
অসমৰ মহিলা সাংবাদিকসকলক সংঘবদ্ধ কৰাৰ উদ্দেশ্যে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গঠন কৰা হয় মহিলা সাংবাদিকৰ এখন মঞ্চ। অসম মহিলা সাংবাদিক মঞ্চ নামেৰে আত্মপ্ৰকাশ কৰা এই মঞ্চ গঠনৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জ্যেষ্ঠ -কণিষ্ঠ মহিলা...
মা আৰু মই সন্ধিয়া চোতালত বহি থাকো। কোনেও একো নকও। নিৰৱ নিস্তব্ধ সন্ধিয়া। মাই কি ভাৱে, মই কি ভাৱো কোনেও নাজানো। সেইসময়ত চোতালৰ মধুৰী জোপাৰ পাতবোৰ ফিৰফিৰীয়া বতাহত কপি থকা শুনা নুশুনা শব্দ…গোহালিত গৰু...
‘বিজেপি Party With Difference, ‘বিসম্বাদৰ স্থান নাই বিজেপিত’ এয়া আমাৰ ভাষ্য নহয়, এয়া সময়ে সময়ে বিজেপিয়ে কৰি অহা মন্তব্য। কিন্তু ইমানৰ পাছতো লোকসভা নিৰ্বাচনৰ সময়ত অন্তকন্দল, বিসম্বাদে বিধস্ত কৰিলে বিজেপিক। যাৰ ফলত আশানুৰূপ ফলাফলৰ...
অসম টেনিছ সন্থাৰ উদ্যোগত ১৩ জুলাইৰ পৰা আৰম্ভ হৈছে অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা৷ গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ আজি প্ৰথমদিনা কোৱালিফায়িঙৰ প্ৰথম ৰাউণ্ডৰ মেচসমুহ অনুষ্ঠিত হয়৷ ল’ৰা-ছোৱালীৰ ১২ আৰু ১৪...
ভাৰত চৰকাৰে প্ৰতি বছৰে ২৫ জুন তাৰিখটো ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। ১৯৭৫ চনৰ ২৫ জুনত তদানীন্তন প্ৰধানমন্ত্ৰীয়ে একনায়কত্ববাদ চলাই দেশত জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ অভিযোগ বিজেপিৰ। এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত...
ভিতৰি বিশৃংখল পৰিস্থিতি সৃষ্টি হোৱাৰ দৰে হৈছে শৃংখলিত বিজেপিত। যেন এক অস্বস্তিকৰ পৰিবেশত পৰিছে সভাপতি ভবেশ কলিতা। দলৰ বিশৃংখল পৰিবেশে জোকাৰি গৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো। যাৰ ফলত দিছপুৰত মুখ্যমন্ত্ৰীৰে সভাপতি ভবেশ কলিতাৰ...
২০২৬ ত কি হ’ব বিজেপিৰ? ২০২৬ ৰ বিধানসভা নিৰ্বাচনত অন্তকন্দলে বিপদ মাতিব নেকি বিজেপিত? কিয়নো অন্তকন্দলৰ সমাধান নহ’ল অসম বিজেপিত। অসম নেতৃত্বৰ পৰা কোনো সমাধান নাপালে অসন্তুষ্ট পুৰণি বিজেপি নেতা-কৰ্মীয়ে। যাৰ ফলত অন্য সিদ্ধান্ত...
এতিয়া দৰমহা বৃদ্ধিকলৈ চৰ্চা মন্ত্ৰী বিধায়কৰ মাজত।মন্ত্ৰী-বিধায়কৰ ৫০% দৰমহা বৃদ্ধি হোৱাৰ খবৰ ওলাইছে। কিয়নো বিগত ৬ বছৰে বঢ়া নাই অসমৰ মন্ত্ৰী বিধায়কৰ দৰমহা। ২০১৮ চনত শেষ বাৰৰ বাবে অসমত বৃদ্ধি হৈছিল বিধায়কৰ দৰমহা। এনেদৰেই...