Ranjitas Countryside Blog

0

উঁই পোকৰ দৰে আমাৰ মাজত গীৰ্জা পাতিছে!

দেশত সনাতনী হিন্দু সভ্যতাৰ ওপৰত অগ্ৰাসন চলিছে। হিন্দুত্বক সুৰক্ষা দিবলৈ গঠন হৈছে হিন্দু ৰাষ্ট্ৰ ফ্ৰণ্ট। ভাৰতত হিন্দু ৰাষ্ট্ৰ দাবীৰে গঠন হৈছে এই হিন্দু ৰাষ্ট্ৰ ফ্ৰণ্ট। শণিবাৰে আছিল হিন্দু ৰাষ্ট্ৰ ফ্ৰণ্টৰ প্ৰথমখন ৰাজহুৱা সভা। এই...

0

স্থবিৰ হৈছে নেকি যুৱ মৰ্চাৰ কাম কাজ!!

সন্মুখত BTC নিৰ্বাচন। তাৰ পিছত ‘২৬ ৰ বিধানসভা বিধানসভা নিৰ্বাচন। বিজেপি ইতিমধ্যে সাঁজু হৈছে নিৰ্বাচনলৈ। বিশেষকৈ যুৱ প্ৰজন্মক লক্ষ্য কৰি বিজেপি আগবাঢ়িছে ‘২৬ লৈ। যুৱক-যুৱতীৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰে গ্ৰহণ কৰিছে বহু আচনি। বিশেষকৈ...

0

ভয়ংকৰ ভৱিষ্যতৰ বাবে সাঁজু হ’ব লাগিব উত্তৰ অসমৰ জনতা!

উত্তৰ অসমৰ বাবে মৃত্যুদূত স্বৰূপ NHPC ৰ বান্ধ এতিয়া কি স্থিতিত আছে কোনোবাই খবৰ ৰাখিছেনে? এসময়ত NHPC ৰ এই বান্ধৰ বিৰুদ্ধে প্ৰতিদিনেই সৰব আছিল অসমৰ দল সংগঠন। আন্দোলন কৰিছিল বৰ্তমানৰ শাসকীয় দল বিজেপিও। বান্ধ...

0

‘BJP ৰ সভাপতি দিলীপ শইকীয়াৰ অহংকাৰ হৈছে!’

BTC ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে, সিমানেই দূৰত্ব বাঢ়িছে BJP, UPPL ৰ মাজত। বাকযুদ্ধ আৰম্ভ হৈছে দুই দলৰ নেতৃত্বৰ মাজত। আৰম্ভ হৈছে অভিযোগ প্ৰতিঅভিযোগৰ ৰাজনীতি। প্ৰথমে শীতল যুদ্ধ আৰম্ভ হৈছিল বিজেপিৰ বোকোচাত উঠি...

0

Diplomatic BJP

BTC নিৰ্বাচনক লৈ বাজপেয়ী ভৱনত ঘনে ঘনে বহিছে বৈঠক। BTC নিৰ্বাচন অকলেই খেলিব বিজেপিয়ে। BTC ৰ ৫ জিলাৰ বাবে দ্বায়িত্ব দিয়া হৈছিল ৫ মন্ত্ৰীক। BTC ত দ্বায়িত্ব প্ৰাপ্ত ৫ মন্ত্ৰীয়ে দাখিল কৰিলে সমষ্টি ভিত্তিক...

0

ভাৰত বিৰোধী চক্ৰৰ ওপৰত NSA জাপি দিয়া হ’ব:

পহলগামত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে নৰসংহাৰ চলোৱাৰ পিছতে অসমত একাংশ লোকক ভাৰত বিৰোধী মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আনকি AIUDF ৰ ধিঙৰ বিধায়ক আমিনুল ইছলামেও কৰিছিল ভাৰত বিৰোধী মন্তব্য। ইয়াৰ পিছতে গ্ৰেপ্তাৰ হ’ল বিধায়ক আমিনুল ইছলাম।...

0

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব নে!

সৰু বৰ প্ৰতিটো ৰাজনৈতিক দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি সাঁজু হৈছে পঞ্চায়ত নিৰ্বাচনলৈ। বিজেপি মিত্ৰজোঁট ইতিমধ্যে সাঁজু হৈছে মনোনয়ন দাখিল কৰিবলৈ। কিন্তু কংগ্ৰেছৰ হৈছে কি? বৰ্তমানলৈয়ো কংগ্ৰেছে প্ৰকাশ কৰিব পৰা নাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী...

0

অসমত নাথাকিব ঠিকাভিত্তিক শিক্ষক!

এতিয়াৰে পৰা অসমত নাথাকিব ঠিকাভিত্তিক শিক্ষক। ঠিকাভিত্তিক শিক্ষক নিযুক্তি দি বিপদত শিক্ষা বিভাগ। ঠিকাভিত্তিক শিক্ষক হিছাপে আগদিনা নিযুক্তি লৈ, পিছদিনাই সংগঠন খুলি স্থায়ী চাকৰিৰ দাবী জনায়। সেইবাবেই, বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে। সদ্য...

0

চাৰিটা জ’নত ডিচেম্বৰৰ ভিতৰত স্থাপন হ’ব ৰাডাৰ!

বুধবাৰে বিধানসভাৰ মজিয়াত জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হয়। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছিল জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত বিশেষ বিষয়। ‘জলবায়ু পৰিৱৰ্তনে কেনেদৰে কৃষি ক্ষেত্ৰলৈ প্ৰত্যাহ্বান আনিছে’ এই বিষয়ত দেৱব্ৰত শইকীয়াই শংকা ব্যক্ত কৰাৰ...

0

অযোধ্যাৰ মূৰ্তি ভাগৰ দৰেই সাইলাখ বিষ্ণুৰ মূৰ্তি দূৱৰণীত

চলিত বিধানসভা অধিৱেশনত চতুৰ্থ শতিকাৰ কথা উল্লেখ কৰিছে বিধায়ক বিশ্বজিত ফুকনে। অসমীয়া ভাষাই ধ্ৰূপদী ভাষাৰ স্বীকৃতি লাভত এই শতিকাৰ শিলালিপিয়ে যথেষ্ট সমল দিয়াৰ কথা উল্লেখ বিধায়ক ফুকনৰ। ফুকনে উল্লেখ কৰে যে, দবকা ৰাজ্যত আছে...