Category: Social

0

‘মাৰ নামত এজোপা গছ’

ৰাজনীতি নহয়, এইবাৰ বিজেপিত আৰম্ভ হৈছে সামাজিক আন্দোলন। বিভিন্ন কাৰ্যসূচীৰে জনতাৰ কাষত থাকিব বিজেপি। বিজেপিৰ সামাজিক আন্দোলনৰ নাম ‘মাৰ নামত এজোপা গছ’। শনিবাৰৰ পৰা বিজেপিয়ে আৰম্ভ কৰিব এই আন্দোলন। নিজৰ মাতৃৰ দৰেই গছ এজোপাকো...