Category: News

0

ভাৰত বিৰোধী চক্ৰৰ ওপৰত NSA জাপি দিয়া হ’ব:

পহলগামত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে নৰসংহাৰ চলোৱাৰ পিছতে অসমত একাংশ লোকক ভাৰত বিৰোধী মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আনকি AIUDF ৰ ধিঙৰ বিধায়ক আমিনুল ইছলামেও কৰিছিল ভাৰত বিৰোধী মন্তব্য। ইয়াৰ পিছতে গ্ৰেপ্তাৰ হ’ল বিধায়ক আমিনুল ইছলাম।...

0

অসমত নাথাকিব ঠিকাভিত্তিক শিক্ষক!

এতিয়াৰে পৰা অসমত নাথাকিব ঠিকাভিত্তিক শিক্ষক। ঠিকাভিত্তিক শিক্ষক নিযুক্তি দি বিপদত শিক্ষা বিভাগ। ঠিকাভিত্তিক শিক্ষক হিছাপে আগদিনা নিযুক্তি লৈ, পিছদিনাই সংগঠন খুলি স্থায়ী চাকৰিৰ দাবী জনায়। সেইবাবেই, বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে। সদ্য...

0

তুলিৰাম ৰংহাঙক মুখ্যমন্ত্ৰীয়ে কিয় লগত লৈ ফুৰে!!

কাৰ্বি আংলঙ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্যমন্ত্ৰীৰ বুকুৰ আপোন। এই বুলিয়ে চৰ্চিত হৈ আহিছে বহুদিন ধৰি। আনকি Advantage Assam 2.0 ৰ বাবে মুখ্যমন্ত্ৰীয়ে বিদেশলৈ যোৱাৰ সময়তো তুলিৰামক লৈ গৈছিল। তুলিৰামক...

0

২০২৭ ত আমেৰিকাত Road Show কৰিব অসম চৰকাৰে!

Advantage Assam 2.0 ৰ সমাপ্তিৰ পিছতে হোটেল ৰেডিছন ব্লুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত Advantage Assam 2.0 খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য “এডভাণ্টেজ আছাম ২.০ৰ যোগেদি অসমত উদ্যোগিক বিকাশৰ পৰিৱেশ এটা...

0

Advantage Assam 2.0

অসম চৰকাৰে আয়োজন কৰা Advantage Assam 2.0 ৰ আজি সামৰণি পৰে। এডভান্টেজ আছাম 2.0 ত অংশীদ্বাৰিত্ব আগবঢ়ায় বহুকেইখন খন ৰাষ্ট্ৰই। সেয়া হৈছে ভূটান, জাপান, অষ্ট্ৰেলিয়া, চিংগাপুৰ, থাইলেণ্ড, মালায়াছিয়া। ইয়াৰে জাপান, চিংগাপুৰ আৰু মালায়াছিয়াই অসমত...

0

বিজেপিৰ কেইবাটাও মৰ্চাৰ সভাপতিয়ে এৰিব লাগিব পদ!

বিজেপিৰ সংগঠন পৰ্বত কেইবাটাও নতুন নিয়ম কৰা হ’ল। ইয়াৰ ভিতৰত জিলা সভাপতি, ৰাজ্যিক সভাপতিয়ে খেলিব নোৱাৰিব বিধানসভাৰ নিৰ্বাচন। তেনেস্থলত মৰ্চাৰ সভাপতিৰ ক্ষেত্ৰতো একেই নিয়ম হ’ব পাৰে। যাৰ বাবে নিৰ্বাচন খেলাৰ মন থকা মৰ্চাৰ সভাপতিয়েও...