Team দিলীপ শইকীয়াত কোন কোন থাকিব!!
বিজেপিত এতিয়া নতুন সমিতিৰ গঠনৰ চৰ্চা হৈছে। বহু নতুন নাম অন্তৰ্ভুক্ত হ’ব Team দিলীপ শইকীয়াত। পিছে, দিলীপ শইকীয়াৰ Team ত কোন কোন থাকিব? পূৰ্বৰ ভবেশ কলিতাৰ সমিতিৰ পৰা কাৰ নাম বাদ পৰিব! ইয়াকে লৈ...
বিজেপিত এতিয়া নতুন সমিতিৰ গঠনৰ চৰ্চা হৈছে। বহু নতুন নাম অন্তৰ্ভুক্ত হ’ব Team দিলীপ শইকীয়াত। পিছে, দিলীপ শইকীয়াৰ Team ত কোন কোন থাকিব? পূৰ্বৰ ভবেশ কলিতাৰ সমিতিৰ পৰা কাৰ নাম বাদ পৰিব! ইয়াকে লৈ...
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা দুদিনীয়া ভ্ৰমণ সূচীৰে মঙলবাৰে অসমত উপস্থিত হয়। মঙলবাৰৰ নিশা গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত অসম বিজেপি নেতৃত্বৰে বাৰ্তালাপ কৰে। ইয়াৰ পাছতে, বুধবাৰে পুৱা তেজপুৰ অভিমুখে যাত্ৰা...
ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে ধেমাজি জিলাৰ জোনাই আৰু মাজুলী জিলাৰ লুইত খাবলুত ব্ৰহ্মপুত্ৰ আৰু সোঁৱণশিৰিৰ মথাউৰি নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে। মন্ত্ৰী হাজৰীকাই প্ৰথমে জোনাইৰ কেৰকেৰৰ পৰা বৰঙলৈ জলসম্পদ বিভাগে প্ৰায় ৪১.২৫ কোটি...
দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে অসম হৈছে ভাৰতৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ অংশ৷ ইয়াৰ ফলত চুবুৰীয়া দেশসমূহৰ অসমত বিনিয়োগৰ পূৰ্ণ সম্ভাৱনা আছে। যাৰ পৰিপ্ৰেক্ষিতত অসম...
ৰাজ্যত এইবাৰৰ উপ-নিৰ্বাচনৰ পৰিবেশ অন্য ধৰণৰ আছিল। অসমত পূৰ্বে নঘটা পৰিবেশ সৃষ্টি হৈছিল উপ-নিৰ্বাচনত। প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ পৰা প্ৰচাৰ অভিযানলৈ, সকলো দিশতে এইবাৰৰ উপ-নিৰ্বাচন আছিল বেলেগ ধৰণৰ। এইবাৰৰ পৰিবেশে ৰাইজ দিছিল চিন্তাৰ খোৰাক। আনহাতে,...
উপ-নিৰ্বাচনত শুকুৰ আলি আছিল বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ। এই খবৰটোৱে বিৰোধীক হাঁহিৰ খোৰাক যোগাইছিল। বিজেপিৰ কাৰ্যকৰ্তা, serious সমৰ্থকৰ মাজতো শুকুৰ আলিৰ বিষয়টোৱে চুই গৈছিল। যেতিয়া, আন মন্ত্ৰী বিধায়ক অথবা ৰাজনৈতিক ষ্টাৰ কেম্পেইনাৰৰ দৰে দুয়োখন হাত...
দেশৰ প্ৰতিজন লোকৰ অন্তৰত স্থান পাইছিল বিখ্যাত উদ্যোগপতি ৰতন টাটাই। সেই ৰতন টাটাৰ মৃত্যুত ব্যথিত দেশবাসী। অসমক ৰতন টাটাই কি দি গ’ল….! আছলতে অসমৰ সৈতে ৰতন টাটাৰ আছিল নিবিড় সম্পৰ্ক। ITI, কেন্সাৰ হাস্পতালৰ পৰা...
অসমৰ মহিলা সাংবাদিকসকলক সংঘবদ্ধ কৰাৰ উদ্দেশ্যে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গঠন কৰা হয় মহিলা সাংবাদিকৰ এখন মঞ্চ। অসম মহিলা সাংবাদিক মঞ্চ নামেৰে আত্মপ্ৰকাশ কৰা এই মঞ্চ গঠনৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জ্যেষ্ঠ -কণিষ্ঠ মহিলা...