ৰতন টাটাৰ সপোনৰ প্ৰকল্প স্থাপন অসমত!
দেশৰ প্ৰতিজন লোকৰ অন্তৰত স্থান পাইছিল বিখ্যাত উদ্যোগপতি ৰতন টাটাই। সেই ৰতন টাটাৰ মৃত্যুত ব্যথিত দেশবাসী। অসমক ৰতন টাটাই কি দি গ’ল….! আছলতে অসমৰ সৈতে ৰতন টাটাৰ আছিল নিবিড় সম্পৰ্ক। ITI, কেন্সাৰ হাস্পতালৰ পৰা...
দেশৰ প্ৰতিজন লোকৰ অন্তৰত স্থান পাইছিল বিখ্যাত উদ্যোগপতি ৰতন টাটাই। সেই ৰতন টাটাৰ মৃত্যুত ব্যথিত দেশবাসী। অসমক ৰতন টাটাই কি দি গ’ল….! আছলতে অসমৰ সৈতে ৰতন টাটাৰ আছিল নিবিড় সম্পৰ্ক। ITI, কেন্সাৰ হাস্পতালৰ পৰা...
এতিয়া শাৰদীয় বতৰ। ৰাজ্যবাসীয়ে আয়োজন কৰিছে দুৰ্গা পূজা। দেবী দুৰ্গাৰ আৰাধনাত ব্যস্ত সকলো। ইয়াৰ মাজতে আছে বহুকেইখন ব্যতিক্ৰমী পূজা। সাধাৰণতে অসমৰ জনজাতীয় লোকসকলৰ প্ৰায় সংখ্যকেই শক্তি পূজা কৰা দেখা যায়। ঠিক তেনেদৰে, দুৰ্গতিনাশিনী দেৱী...
হাৰিয়ানাত বিজেপিৰ হেট্ৰিক ৰাহুল গান্ধীৰ জেলেপী ৰাজনীতিৰ সুৰুঙাই বিজেপিক যেন উপহাৰ দিলে হাৰিয়ানা! হাৰিয়ানা বিজেপিৰ সফলতাৰ ভাগ অসম বিজেপিলৈয়ো! কাৰণ, হাৰিয়ানা বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা। ২০০৩ ৰ পৰা অসম বিজেপিৰে একাত্ম...
নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে৷ আজি কাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হোৱা ফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে টাইব্ৰেকাৰত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে...
আজি স্কুল বন্ধ বাবে ৰহিমলা ঘৰতে আছে। দুপৰীয়া গৰুকেইটাক পানী খোৱাই আহি বাৰাণ্ডাতে বহিলে। মাক আজি তাঁতত বহিছে। এনেই তায়ে বহে। গামোচা ১০ খন লগোৱা হৈছে, সকামে, নিকামে লাগে বুলি। সৰু সৰু ফুল তোলা...
অসমৰ মহিলা সাংবাদিকসকলক সংঘবদ্ধ কৰাৰ উদ্দেশ্যে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গঠন কৰা হয় মহিলা সাংবাদিকৰ এখন মঞ্চ। অসম মহিলা সাংবাদিক মঞ্চ নামেৰে আত্মপ্ৰকাশ কৰা এই মঞ্চ গঠনৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জ্যেষ্ঠ -কণিষ্ঠ মহিলা...
মা আৰু মই সন্ধিয়া চোতালত বহি থাকো। কোনেও একো নকও। নিৰৱ নিস্তব্ধ সন্ধিয়া। মাই কি ভাৱে, মই কি ভাৱো কোনেও নাজানো। সেইসময়ত চোতালৰ মধুৰী জোপাৰ পাতবোৰ ফিৰফিৰীয়া বতাহত কপি থকা শুনা নুশুনা শব্দ…গোহালিত গৰু...
‘বিজেপি Party With Difference, ‘বিসম্বাদৰ স্থান নাই বিজেপিত’ এয়া আমাৰ ভাষ্য নহয়, এয়া সময়ে সময়ে বিজেপিয়ে কৰি অহা মন্তব্য। কিন্তু ইমানৰ পাছতো লোকসভা নিৰ্বাচনৰ সময়ত অন্তকন্দল, বিসম্বাদে বিধস্ত কৰিলে বিজেপিক। যাৰ ফলত আশানুৰূপ ফলাফলৰ...
অসম টেনিছ সন্থাৰ উদ্যোগত ১৩ জুলাইৰ পৰা আৰম্ভ হৈছে অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা৷ গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ আজি প্ৰথমদিনা কোৱালিফায়িঙৰ প্ৰথম ৰাউণ্ডৰ মেচসমুহ অনুষ্ঠিত হয়৷ ল’ৰা-ছোৱালীৰ ১২ আৰু ১৪...
ভাৰত চৰকাৰে প্ৰতি বছৰে ২৫ জুন তাৰিখটো ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। ১৯৭৫ চনৰ ২৫ জুনত তদানীন্তন প্ৰধানমন্ত্ৰীয়ে একনায়কত্ববাদ চলাই দেশত জৰুৰীকালীন অৱস্থা জাপি দিয়াৰ অভিযোগ বিজেপিৰ। এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত...