ঘোষণা হ’ল বহু প্ৰতীক্ষিত মেট্ৰিকৰ ফলাফল
শীৰ্ষ পাঁচটা স্থানত থকা ছাত্ৰ ছাত্ৰী সকল হৈছে
#যোৰহাট প্ৰজ্ঞা একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অনুৰাগ দলৈ, মুঠ নম্বৰ ৫৯৩
#বিশ্বনাথ চাৰিআলি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ঝৰ্ণা শইকীয়া, মুঠ নম্বৰ ৫৯০
# মাজুলী কমলাবাৰী আইলেণ্ড একাডেমীৰ মানস প্ৰতীম শইকীয়া, মুঠ নম্বৰ ৫৮৮
#সৰুপেটা ষ্টেলা মেৰীছ স্কুলৰ বেদান্ত চৌধুৰী, মুঠ নম্বৰ ৫৮৮
#নগাঁও ৰামানুজন চিনিয়ৰ একাডেমীৰ দেৱাশ্ৰী কাশ্যপ, মুঠ নম্বৰ ৫৮৮
#ডিষ্টিংছন লাভ কৰিছে ৬,৩৯২ গৰাকী শিক্ষার্থীয়ে
#ষ্টাৰমাৰ্ক লাভ কৰিছে ২০,৫৫২গৰাকী শিক্ষার্থীয়ে
#প্রথম বিভাগত উত্তীৰ্ণ ১,০৫, ৮৭৩গৰাকী শিক্ষার্থী
#দ্বিতীয় বিভাগত উত্তীৰ্ণ ১, ৫০, ৭৬৪ গৰাকী শিক্ষার্থী
#তৃতীয় বিভাগত উত্তীর্ণ ৬০,৬৮০ গৰাকী শিক্ষার্থী
