Tagged: Story Telling

0

মোৰ বিয়াত মাই কন্দা নাছিল!

বিয়া বুলিলেই প্ৰতিগৰাকী ছোৱালী, মাতৃৰ হৃদয় অজানা দুখত কাতৰ হয়। মোৰো তেনেকুৱাই হৈছিল। আমাৰ ওচৰৰ গাঁওখনত এটা বেণ্ড পাৰ্টি আছিল। বিয়াৰ সময়ত তেওঁলোকে আমাৰ ঘৰৰ ওচৰতে থকা তিনি আলিটোতে প্ৰেক্টিচ কৰিছিল। সেই সময়খিনিত বুকুত...