Tagged: Own Story

0

সপোন সপোন লগা কথাবোৰ…

মা আৰু মই সন্ধিয়া চোতালত বহি থাকো। কোনেও একো নকও। নিৰৱ নিস্তব্ধ সন্ধিয়া। মাই কি ভাৱে, মই কি ভাৱো কোনেও নাজানো। সেইসময়ত চোতালৰ মধুৰী জোপাৰ পাতবোৰ ফিৰফিৰীয়া বতাহত কপি থকা শুনা নুশুনা শব্দ…গোহালিত গৰু...