Advantage Assam 2.0
দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে অসম হৈছে ভাৰতৰ এক্ট ইষ্ট নীতিৰ এক গুৰুত্বপূৰ্ণ অংশ৷ ইয়াৰ ফলত চুবুৰীয়া দেশসমূহৰ অসমত বিনিয়োগৰ পূৰ্ণ সম্ভাৱনা আছে। যাৰ পৰিপ্ৰেক্ষিতত অসম...