Tagged: Assam BJP Conflict

0

২০২৬ ত RSS ৰ নীতিত আগবাঢ়িব লাগিব বিজেপি!

২০২৬ ত কি হ’ব বিজেপিৰ? ২০২৬ ৰ বিধানসভা নিৰ্বাচনত অন্তকন্দলে বিপদ মাতিব নেকি বিজেপিত? কিয়নো অন্তকন্দলৰ সমাধান নহ’ল অসম বিজেপিত। অসম নেতৃত্বৰ পৰা কোনো সমাধান নাপালে অসন্তুষ্ট পুৰণি বিজেপি নেতা-কৰ্মীয়ে। যাৰ ফলত অন্য সিদ্ধান্ত...