Ranjitas Countryside Blog

0

দৰমহা বাঢ়িব লাগে নে নালাগে?

এতিয়া দৰমহা বৃদ্ধিকলৈ চৰ্চা মন্ত্ৰী বিধায়কৰ মাজত।মন্ত্ৰী-বিধায়কৰ ৫০% দৰমহা বৃদ্ধি হোৱাৰ খবৰ ওলাইছে। কিয়নো বিগত ৬ বছৰে বঢ়া নাই অসমৰ মন্ত্ৰী বিধায়কৰ দৰমহা। ২০১৮ চনত শেষ বাৰৰ বাবে অসমত বৃদ্ধি হৈছিল বিধায়কৰ দৰমহা। এনেদৰেই...

0

‘মাৰ নামত এজোপা গছ’

ৰাজনীতি নহয়, এইবাৰ বিজেপিত আৰম্ভ হৈছে সামাজিক আন্দোলন। বিভিন্ন কাৰ্যসূচীৰে জনতাৰ কাষত থাকিব বিজেপি। বিজেপিৰ সামাজিক আন্দোলনৰ নাম ‘মাৰ নামত এজোপা গছ’। শনিবাৰৰ পৰা বিজেপিয়ে আৰম্ভ কৰিব এই আন্দোলন। নিজৰ মাতৃৰ দৰেই গছ এজোপাকো...

0

বিজেপিৰ লোকসভাৰ হিচাপ শেষ হোৱা নাই !

লোকসভাত একক ভাৱে ৯ আসন লাভ কৰিলেও যোৰহাটৰ ফলাফলে হতাশ কৰিছে বিজেপিক। সেইবাবেই মণ্ঠনৰ পিছত মণ্ঠন হৈছে বিজেপিৰ ভিতৰচৰাত। কিছুদিন পূৰ্বে অনুষ্ঠিত বৰ্ধিত বিষয়ববীয়া সভাত প্ৰতিখন জিলাৰ বিজেপি সভাপতিয়ে দাখিল কৰিছিল লোকসভাৰ প্ৰতিবেদন। সেই...

0

হিন্দুত্বৰ ট্ৰাম্প কাৰ্ড লৈ পুনৰ ট্ৰেকত বিজেপি!

লোকসভাৰ সময়ত চেকুলাৰ হ’বলৈ চেষ্টা কৰিছিল বিজেপিয়ে। কিন্তু লোকসভাত সংখ্যালঘুৰ ভোট নাপালে বিজেপিয়ে। সেইবাবেই যেন পুনৰ ট্ৰেকত ভৰি থবলৈ ওলাইছে বিজেপিয়ে। ২২ জুনত বাজপেয়ী ভৱনত অনুষ্ঠিত সম্বৰ্ধনা সভাত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা ভাষনত সেই কথা...

0

জামাত ই উলেমাই চামগুৰিৰ পৰা বিচাৰিছে বিজেপিৰ সংখ্যালঘু প্ৰাৰ্থী

  বাজপেয়ী ভৱনত ৰুদ্ধদ্বাৰ বৈঠক লোকসভাৰ পৰ্যালোচনা বাজপেয়ী ভৱনত উপ-নিৰ্বাচনৰ সমিতি গঠন বিজেপিৰ উপ-নিৰ্বাচন সমিতিৰ আহ্বায়কৰ দ্বায়িত্বত দিপ্লুৰঞ্জন শৰ্মা লোকসভাৰ পাছতে বিজেপি সাজু হৈছে উপ-নিৰ্বাচনলৈ। ইতিমধ্যে দিপ্লুৰঞ্জন শৰ্মাক আহ্বায়ক হিছাপে লৈ ৫ সমষ্টিত গঠন...

দিছপুৰত নাথাকিব ACS বিষয়া! 0

দিছপুৰত নাথাকিব ACS বিষয়া!

ACS শূণ্য হ’ব জনতা ভৱন!মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ACS বিষয়া সন্দৰ্ভত।কিয় ACS বিষয়া নাথাকিব জনতা ভৱনত? প্ৰকৃততে ২০২৩ বৰ্ষৰ চেপ্তেম্বৰ মাহত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত গঠন...

0

শীৰ্ষত মন্ত্ৰী পীযুষ হাজৰিকা

লোকসভাত মন্ত্ৰীৰ ভোটৰ পৰিসংখ্যা!লোকসভাৰ ফলাফলত কোন মন্ত্ৰী মুখ্যমন্ত্ৰীৰ Good Book ত থাকিল?কোন মন্ত্ৰীয়ে লোকসভাত অধিক ভোট দি শীৰ্ষত থাকিল? ইয়াকে লৈ চলিছে আলোচনা। নিৰ্বাচনৰ পূৰ্বে প্ৰতিগৰাকী মন্ত্ৰীকে নিজৰ নিজৰ সমষ্টিৰ দায়িত্ব লবলৈ নিৰ্দেশ দিছিল...

নিৰ্বাচন পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা 0

নিৰ্বাচন পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা

অহা ৭ মে’ ত অনুষ্ঠিত হ’বলগীয়া ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচন স্বচ্ছ,নিকা, শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে সকলো যাৱতীয় পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা নিৰ্বাচন কৰ্তৃপক্ষই। নিৰ্বাচন প্ৰক্ৰিয়া সুকলমে পৰিচালনা...

0

ক্ৰীড়া আৰু অধ্যয়ন সমানে অব্যাহত ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কাৰাটে খেলুৱৈ অনুৰাগ দলৈৰ

অনুশীলন আৰু অধ্যয়ন সমানে অব্যাহত ৰাখি ঈৰ্ষণীয় সফলতা অৰ্জন কৰিলে এগৰাকী কাৰাটে খেলুৱৈয়ে। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় যোৰহাটৰ কাৰাটে খেলুৱৈ অনুৰাগ দলৈয়ে। শিক্ষাৰ লগতে...

ঘোষণা হ’ল বহু প্ৰতীক্ষিত মেট্ৰিকৰ ফলাফল 0

ঘোষণা হ’ল বহু প্ৰতীক্ষিত মেট্ৰিকৰ ফলাফল

শীৰ্ষ পাঁচটা স্থানত থকা ছাত্ৰ ছাত্ৰী সকল হৈছে #যোৰহাট প্ৰজ্ঞা একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অনুৰাগ দলৈ, মুঠ নম্বৰ ৫৯৩ #বিশ্বনাথ চাৰিআলি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ঝৰ্ণা শইকীয়া, মুঠ নম্বৰ ৫৯০ # মাজুলী কমলাবাৰী আইলেণ্ড...