ডুৰাণ্ড কাপ জয় ‘নৰ্থ ইষ্ট ইউনাইটেড’ৰ
নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে৷ আজি কাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হোৱা ফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে টাইব্ৰেকাৰত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে...