Category: Social

0

অসমত নাথাকিব ঠিকাভিত্তিক শিক্ষক!

এতিয়াৰে পৰা অসমত নাথাকিব ঠিকাভিত্তিক শিক্ষক। ঠিকাভিত্তিক শিক্ষক নিযুক্তি দি বিপদত শিক্ষা বিভাগ। ঠিকাভিত্তিক শিক্ষক হিছাপে আগদিনা নিযুক্তি লৈ, পিছদিনাই সংগঠন খুলি স্থায়ী চাকৰিৰ দাবী জনায়। সেইবাবেই, বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে। সদ্য...

0

চাৰিটা জ’নত ডিচেম্বৰৰ ভিতৰত স্থাপন হ’ব ৰাডাৰ!

বুধবাৰে বিধানসভাৰ মজিয়াত জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হয়। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছিল জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত বিশেষ বিষয়। ‘জলবায়ু পৰিৱৰ্তনে কেনেদৰে কৃষি ক্ষেত্ৰলৈ প্ৰত্যাহ্বান আনিছে’ এই বিষয়ত দেৱব্ৰত শইকীয়াই শংকা ব্যক্ত কৰাৰ...

0

অযোধ্যাৰ মূৰ্তি ভাগৰ দৰেই সাইলাখ বিষ্ণুৰ মূৰ্তি দূৱৰণীত

চলিত বিধানসভা অধিৱেশনত চতুৰ্থ শতিকাৰ কথা উল্লেখ কৰিছে বিধায়ক বিশ্বজিত ফুকনে। অসমীয়া ভাষাই ধ্ৰূপদী ভাষাৰ স্বীকৃতি লাভত এই শতিকাৰ শিলালিপিয়ে যথেষ্ট সমল দিয়াৰ কথা উল্লেখ বিধায়ক ফুকনৰ। ফুকনে উল্লেখ কৰে যে, দবকা ৰাজ্যত আছে...

0

তুলিৰাম ৰংহাঙক মুখ্যমন্ত্ৰীয়ে কিয় লগত লৈ ফুৰে!!

কাৰ্বি আংলঙ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্যমন্ত্ৰীৰ বুকুৰ আপোন। এই বুলিয়ে চৰ্চিত হৈ আহিছে বহুদিন ধৰি। আনকি Advantage Assam 2.0 ৰ বাবে মুখ্যমন্ত্ৰীয়ে বিদেশলৈ যোৱাৰ সময়তো তুলিৰামক লৈ গৈছিল। তুলিৰামক...

0

২০২৭ ত আমেৰিকাত Road Show কৰিব অসম চৰকাৰে!

Advantage Assam 2.0 ৰ সমাপ্তিৰ পিছতে হোটেল ৰেডিছন ব্লুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত Advantage Assam 2.0 খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য “এডভাণ্টেজ আছাম ২.০ৰ যোগেদি অসমত উদ্যোগিক বিকাশৰ পৰিৱেশ এটা...

0

কামাখ্যাৰ দলৈৰ বাসগৃহত ED ৰ অভিযান

কামাখ্যা মন্দিৰৰ‌ পূৰ্বৰ মুখ্য পৰিচালক ৰিজুপ্ৰসাদ‌ শৰ্মাৰ বাসগৃহত ED ৰ অভিযান।‌ পূৰ্বৰ কামাখ্যা দেৱত্তৰ বোৰ্ডৰ তথ্য বিচাৰি ED য়ে অভিযান চলাইছে। বৰ্তমান কামাখ্যা মন্দিৰ পৰিচালনা কৰে দলৈ সমাজে। দলৈ সমাজৰ লগত সমগ্ৰ পৰিচালনা প্ৰক্ৰিয়াত...

0

ড৹ উপেন ৰাভা হাকাচামলৈ জীৱনজোৰা সাধনা বঁটা

বিশিষ্ট শিক্ষাবিদ ড৹ উপেন ৰাভা হাকাচামলৈ জীৱনজোৰা সাধনা বঁটা। সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক,লোক সংস্কৃতিৰ গৱেষক পণ্ডিত, ভাষাবিদ ড৹ উপেন ৰাভা হাকাচামক জীৱনজোৰা সাধনা বঁটা ২০২৫ আগবঢ়োৱা হৈছে। হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ে...

0

ৰতন টাটাৰ অন্তৰংগ বন্ধু জন

বন্ধুত্ব এনে এটা সম্পৰ্ক, যিটো ব্ৰহ্মাণ্ডৰ আটাইতকৈ পবিত্ৰ আৰু বিশ্বাসী। বন্ধুত্ব যিকোনো বয়সৰ দুজন ব্যক্তিৰ মাজত গঢ় লৈ উঠিব পাৰে। আজি তেনে এক পবিত্ৰ বন্ধুত্বৰ কথা ক’বলৈ বিচাৰিছো…. সকলোৱে জানে, বিশ্ব বিখ্যাত উদ্যোগপতি ৰতন...

0

ৰতন টাটাৰ সপোনৰ প্ৰকল্প স্থাপন অসমত!

দেশৰ প্ৰতিজন লোকৰ অন্তৰত স্থান পাইছিল বিখ্যাত উদ্যোগপতি ৰতন টাটাই। সেই ৰতন টাটাৰ মৃত্যুত ব্যথিত দেশবাসী। অসমক ৰতন টাটাই কি দি গ’ল….! আছলতে অসমৰ সৈতে ৰতন টাটাৰ আছিল নিবিড় সম্পৰ্ক। ITI, কেন্সাৰ হাস্পতালৰ পৰা...

0

‘মাৰ নামত এজোপা গছ’

ৰাজনীতি নহয়, এইবাৰ বিজেপিত আৰম্ভ হৈছে সামাজিক আন্দোলন। বিভিন্ন কাৰ্যসূচীৰে জনতাৰ কাষত থাকিব বিজেপি। বিজেপিৰ সামাজিক আন্দোলনৰ নাম ‘মাৰ নামত এজোপা গছ’। শনিবাৰৰ পৰা বিজেপিয়ে আৰম্ভ কৰিব এই আন্দোলন। নিজৰ মাতৃৰ দৰেই গছ এজোপাকো...