Category: Political

Your blog category

0

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব নে!

সৰু বৰ প্ৰতিটো ৰাজনৈতিক দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি সাঁজু হৈছে পঞ্চায়ত নিৰ্বাচনলৈ। বিজেপি মিত্ৰজোঁট ইতিমধ্যে সাঁজু হৈছে মনোনয়ন দাখিল কৰিবলৈ। কিন্তু কংগ্ৰেছৰ হৈছে কি? বৰ্তমানলৈয়ো কংগ্ৰেছে প্ৰকাশ কৰিব পৰা নাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী...

0

বিজেপিৰ কেইবাটাও মৰ্চাৰ সভাপতিয়ে এৰিব লাগিব পদ!

বিজেপিৰ সংগঠন পৰ্বত কেইবাটাও নতুন নিয়ম কৰা হ’ল। ইয়াৰ ভিতৰত জিলা সভাপতি, ৰাজ্যিক সভাপতিয়ে খেলিব নোৱাৰিব বিধানসভাৰ নিৰ্বাচন। তেনেস্থলত মৰ্চাৰ সভাপতিৰ ক্ষেত্ৰতো একেই নিয়ম হ’ব পাৰে। যাৰ বাবে নিৰ্বাচন খেলাৰ মন থকা মৰ্চাৰ সভাপতিয়েও...

0

দৃষ্টি ৰাজখোৱাই বিজেপিত যোগদান কৰিব!

আলফা নেতা দৃষ্টি ৰাজখোৱাক নিশ্চয় মনত আছে। এসময়ৰ দুৰ্ধৰ্ষ আলফা নেতা গৰাকী পুনৰ চৰ্চাত। কিয়নো, অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ অহা আলফা নেতা গৰাকী আকৰ্ষিত হৈছে ৰাষ্ট্ৰীয়তাবাদত। নিৰবে ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলৰ হৈ কাম কৰি আহিছে...

0

Team দিলীপ শইকীয়াত কোন কোন থাকিব!!

বিজেপিত এতিয়া নতুন সমিতিৰ গঠনৰ চৰ্চা হৈছে। বহু নতুন নাম অন্তৰ্ভুক্ত হ’ব Team দিলীপ শইকীয়াত। পিছে, দিলীপ শইকীয়াৰ Team ত কোন কোন থাকিব? পূৰ্বৰ ভবেশ কলিতাৰ সমিতিৰ পৰা কাৰ নাম বাদ পৰিব! ইয়াকে লৈ...

0

মঠাউৰি চিগিলে ব্যৰ্থ অনুভৱ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই!

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে ধেমাজি জিলাৰ জোনাই আৰু মাজুলী জিলাৰ লুইত খাবলুত ব্ৰহ্মপুত্ৰ আৰু সোঁৱণশিৰিৰ মথাউৰি নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে। মন্ত্ৰী হাজৰীকাই প্ৰথমে জোনাইৰ কেৰকেৰৰ পৰা বৰঙলৈ জলসম্পদ বিভাগে প্ৰায় ৪১.২৫ কোটি...

0

সমষ্টি হেৰাল, গুৰুত্ব নোহোৱা হ’ল অগপ বিধায়কৰ!

সমষ্টি হেৰাল, গুৰুত্ব নোহোৱা হ’ল। এইবাৰ নামো কটা গ’ল চৰকাৰী অনুষ্ঠানৰ পৰা। মুখ্যমন্ত্ৰীৰ বিকাশৰ ১২ দিনৰ অনুষ্ঠানত স্থান নাই নাম কটা যোৱা আমগুৰি সমষ্টিৰ অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ। আছে নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া, সাংসদ...

0

“পিতা-পুত্ৰৰ সন্মান ৰক্ষাৰ যুঁজ চামগুৰিত!”

ৰাজ্যত এইবাৰৰ উপ-নিৰ্বাচনৰ পৰিবেশ অন্য ধৰণৰ আছিল। অসমত পূৰ্বে নঘটা পৰিবেশ সৃষ্টি হৈছিল উপ-নিৰ্বাচনত। প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ পৰা প্ৰচাৰ অভিযানলৈ, সকলো দিশতে এইবাৰৰ উপ-নিৰ্বাচন আছিল বেলেগ ধৰণৰ। এইবাৰৰ পৰিবেশে ৰাইজ দিছিল চিন্তাৰ খোৰাক। আনহাতে,...

0

“দিপ্লুৰঞ্জন শৰ্মাৰ প্ৰচাৰৰ বাবে শুকুৰ আলিক প্ৰয়োজন কিয়?”

উপ-নিৰ্বাচনত শুকুৰ আলি আছিল বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ। এই খবৰটোৱে বিৰোধীক হাঁহিৰ খোৰাক যোগাইছিল। বিজেপিৰ কাৰ্যকৰ্তা, serious সমৰ্থকৰ মাজতো শুকুৰ আলিৰ বিষয়টোৱে চুই গৈছিল। যেতিয়া, আন মন্ত্ৰী বিধায়ক অথবা ৰাজনৈতিক ষ্টাৰ কেম্পেইনাৰৰ দৰে দুয়োখন হাত...

0

হাৰিয়ানা বিজেপিৰ সফলতাত অসমৰো আছে ভাগ!

হাৰিয়ানাত বিজেপিৰ হেট্ৰিক ৰাহুল গান্ধীৰ জেলেপী ৰাজনীতিৰ সুৰুঙাই বিজেপিক যেন উপহাৰ দিলে হাৰিয়ানা! হাৰিয়ানা বিজেপিৰ সফলতাৰ ভাগ অসম বিজেপিলৈয়ো! কাৰণ, হাৰিয়ানা বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা। ২০০৩ ৰ পৰা অসম বিজেপিৰে একাত্ম...

0

বিসম্বাদৰ পৰা আঁতৰি থাকি পুৰস্কৃত হ’ল নেকি ৰমেন ডেকা!

‘বিজেপি Party With Difference, ‘বিসম্বাদৰ স্থান নাই বিজেপিত’ এয়া আমাৰ ভাষ্য নহয়, এয়া সময়ে সময়ে বিজেপিয়ে কৰি অহা মন্তব্য। কিন্তু ইমানৰ পাছতো লোকসভা নিৰ্বাচনৰ সময়ত অন্তকন্দল, বিসম্বাদে বিধস্ত কৰিলে বিজেপিক। যাৰ ফলত আশানুৰূপ ফলাফলৰ...