Category: Health

0

JP Nadda ৰ অসম ভ্ৰমণ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা দুদিনীয়া ভ্ৰমণ সূচীৰে মঙলবাৰে অসমত উপস্থিত হয়। মঙলবাৰৰ নিশা গুৱাহাটীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত অসম বিজেপি নেতৃত্বৰে বাৰ্তালাপ কৰে। ইয়াৰ পাছতে, বুধবাৰে পুৱা তেজপুৰ অভিমুখে যাত্ৰা...