Author: ranjitascountryside.com
সৰু বৰ প্ৰতিটো ৰাজনৈতিক দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি সাঁজু হৈছে পঞ্চায়ত নিৰ্বাচনলৈ। বিজেপি মিত্ৰজোঁট ইতিমধ্যে সাঁজু হৈছে মনোনয়ন দাখিল কৰিবলৈ। কিন্তু কংগ্ৰেছৰ হৈছে কি? বৰ্তমানলৈয়ো কংগ্ৰেছে প্ৰকাশ কৰিব পৰা নাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী...
এতিয়াৰে পৰা অসমত নাথাকিব ঠিকাভিত্তিক শিক্ষক। ঠিকাভিত্তিক শিক্ষক নিযুক্তি দি বিপদত শিক্ষা বিভাগ। ঠিকাভিত্তিক শিক্ষক হিছাপে আগদিনা নিযুক্তি লৈ, পিছদিনাই সংগঠন খুলি স্থায়ী চাকৰিৰ দাবী জনায়। সেইবাবেই, বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে। সদ্য...
বুধবাৰে বিধানসভাৰ মজিয়াত জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হয়। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছিল জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত বিশেষ বিষয়। ‘জলবায়ু পৰিৱৰ্তনে কেনেদৰে কৃষি ক্ষেত্ৰলৈ প্ৰত্যাহ্বান আনিছে’ এই বিষয়ত দেৱব্ৰত শইকীয়াই শংকা ব্যক্ত কৰাৰ...
চলিত বিধানসভা অধিৱেশনত চতুৰ্থ শতিকাৰ কথা উল্লেখ কৰিছে বিধায়ক বিশ্বজিত ফুকনে। অসমীয়া ভাষাই ধ্ৰূপদী ভাষাৰ স্বীকৃতি লাভত এই শতিকাৰ শিলালিপিয়ে যথেষ্ট সমল দিয়াৰ কথা উল্লেখ বিধায়ক ফুকনৰ। ফুকনে উল্লেখ কৰে যে, দবকা ৰাজ্যত আছে...
কাৰ্বি আংলঙ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্যমন্ত্ৰীৰ বুকুৰ আপোন। এই বুলিয়ে চৰ্চিত হৈ আহিছে বহুদিন ধৰি। আনকি Advantage Assam 2.0 ৰ বাবে মুখ্যমন্ত্ৰীয়ে বিদেশলৈ যোৱাৰ সময়তো তুলিৰামক লৈ গৈছিল। তুলিৰামক...
Advantage Assam 2.0 ৰ সমাপ্তিৰ পিছতে হোটেল ৰেডিছন ব্লুত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত Advantage Assam 2.0 খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্য “এডভাণ্টেজ আছাম ২.০ৰ যোগেদি অসমত উদ্যোগিক বিকাশৰ পৰিৱেশ এটা...
অসম চৰকাৰে আয়োজন কৰা Advantage Assam 2.0 ৰ আজি সামৰণি পৰে। এডভান্টেজ আছাম 2.0 ত অংশীদ্বাৰিত্ব আগবঢ়ায় বহুকেইখন খন ৰাষ্ট্ৰই। সেয়া হৈছে ভূটান, জাপান, অষ্ট্ৰেলিয়া, চিংগাপুৰ, থাইলেণ্ড, মালায়াছিয়া। ইয়াৰে জাপান, চিংগাপুৰ আৰু মালায়াছিয়াই অসমত...
বিজেপিৰ সংগঠন পৰ্বত কেইবাটাও নতুন নিয়ম কৰা হ’ল। ইয়াৰ ভিতৰত জিলা সভাপতি, ৰাজ্যিক সভাপতিয়ে খেলিব নোৱাৰিব বিধানসভাৰ নিৰ্বাচন। তেনেস্থলত মৰ্চাৰ সভাপতিৰ ক্ষেত্ৰতো একেই নিয়ম হ’ব পাৰে। যাৰ বাবে নিৰ্বাচন খেলাৰ মন থকা মৰ্চাৰ সভাপতিয়েও...
কামাখ্যা মন্দিৰৰ পূৰ্বৰ মুখ্য পৰিচালক ৰিজুপ্ৰসাদ শৰ্মাৰ বাসগৃহত ED ৰ অভিযান। পূৰ্বৰ কামাখ্যা দেৱত্তৰ বোৰ্ডৰ তথ্য বিচাৰি ED য়ে অভিযান চলাইছে। বৰ্তমান কামাখ্যা মন্দিৰ পৰিচালনা কৰে দলৈ সমাজে। দলৈ সমাজৰ লগত সমগ্ৰ পৰিচালনা প্ৰক্ৰিয়াত...
বিশিষ্ট শিক্ষাবিদ ড৹ উপেন ৰাভা হাকাচামলৈ জীৱনজোৰা সাধনা বঁটা। সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক,লোক সংস্কৃতিৰ গৱেষক পণ্ডিত, ভাষাবিদ ড৹ উপেন ৰাভা হাকাচামক জীৱনজোৰা সাধনা বঁটা ২০২৫ আগবঢ়োৱা হৈছে। হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ে...